GNOME চিস্টেম মনিটৰ

চিস্টেমৰ সম্পদসমূহ চাওক আৰু ব্যৱস্থাপনা কৰক

চিস্টেম মনিটৰ এটা আকৰ্ষণীয়, সহজে ব্যৱহাৰ কৰিব পৰা আন্তঃপৃষ্ঠৰ সৈতে এটা প্ৰক্ৰিয়া দৰ্শক আৰু চিস্টেম মনিটৰ।

চিস্টেম মনিটৰে আপোনাক কোন এপ্লিকেচনসমূহে প্ৰচেছৰ অথবা কমপিউটাৰৰ মেমৰি ব্যৱহাৰ কৰি আছে সন্ধান কৰাত সহায় কৰে, চলি থকা এপ্লিকেচনসমূহ ব্যৱস্থাপনা কৰিব পাৰে, প্ৰতিক্ৰিয়া নকৰা প্ৰক্ৰিয়াসমূহ বলৱৎভাৱে বন্ধ কৰিব পাৰে, আৰু স্থায়ী প্ৰক্ৰিয়াসমূহৰ অৱস্থা অথবা প্ৰাথমিকতা পৰিবৰ্তন কৰিব পাৰে।

সম্পদ ৰেখাচিত্ৰ বৈশিষ্ট্যয় আপোনাৰ কমপিউটাৰৰ সৈতে কি হৈ আছে তাৰ এটা দ্ৰুত অভাৰভিউ দিব পাৰে, শেহতীয়া নেটৱৰ্ক, মেমৰি আৰু প্ৰচেছৰৰ ব্যৱহাৰ প্ৰদৰ্শন কৰাকৈ।

Get involved

Explore the interface

Process list view
Resources overview
File Systems view

Get to know us

More Information