GNOME গণক

গণিতিক, বিজ্ঞানভিত্তিক অথবা আৰ্থিক গণনাসমূহ কৰক

GNOME গণক এটা এপ্লিকেচন যি গাণিতিক সমীকৰণ সমাধান কৰে। যদিও ই প্ৰথমতে কেৱল মৌলিক গাণিতিক কাৰ্য্যৰ সৈতে এটা সাধাৰণ গণক ৰূপে থাকে, আপুনি উন্নত, বিত্তীয়, অথবা প্ৰগ্ৰামিং অৱস্থালৈ চুইচ কৰিব পাৰে।

উন্নত গণকে বহুতো কাৰ্য্য সমৰ্থন কৰে, যেনে: লগাৰিথিম, গৌণিক, ত্ৰিকোণমিতি আৰু অতিবৃত্তীয় ফলনসমূহ, গুণাংক হৰণ, জটিল সংখ্যা, যাদৃচ্ছিক সংখ্যা সৃজন, মৌলিক গুণিতক আৰু একক পৰিবৰ্তন।

বিত্তীয় অৱস্থায় বহুতো গণনা সমৰ্থন কৰে যেনে, চক্ৰীয় সুতৰ হাৰ, বৰ্তমান আৰু ভৱিষ্যত মান, দ্বিগুণ হ্ৰাস আৰু সৰল ৰেখা অৱমূল্যন, আৰু অন্য বহুতো।

প্ৰগ্ৰামিং অৱস্থায় সাধাৰণ ভিত্তি (বাইনাৰি, অকটেল, ডেচিমেল, আৰু হেক্সাডেচিমেল), বুলিয়ান এলজেব্ৰা, এক আৰু দুইৰ কমপ্লিমেন্টেষণ, আখৰৰ পৰা আখৰ ক'ড পৰিবৰ্তন, আৰু অধিক।

Get involved

Explore the interface

Get to know us

More Information

Learn more

Visit the online help page for this app.

Project homepage

Visit the dedicated homepage for this project.

Newest Release

Latest version 40.1 released on ৩০ এপ্ৰিল, ২০২১.

Partially translated

Some parts of this app are available in your language.