Cheese

ৱেবকেমৰ সহায়ত আমোদময় গ্ৰাফিক্সসহ ফ'টো লওক আৰু ভিডিঅ' তৈয়াৰ কৰক

Cheese এ আপোনাৰ ৱেবকেম ব্যৱহাৰ কৰি ফ'টো আৰু ভিডিঅ' লয়, মনোহাৰী বিশেষ প্ৰভাৱসমূহ প্ৰয়োগ কৰে আৰু অন্যৰ সৈতে আনন্দ অংশীদাৰী কৰাৰ সুযোগ দিয়ে।

বাৰস্ট অৱস্থা ব্যৱহাৰ কৰি দ্ৰুত অৱধিত কেইবাটাও ফ'টো লওক। আপোনাক এটা ভঙ্গি ধৰাৰ সময় দিবলৈ কাউন্টডাউন ব্যৱহাৰ কৰক, আৰু ফ্লেশ্বৰ বাবে অপেক্ষা কৰক!

অভ্যন্তৰীকভাৱে, Cheese এ ফ'টো আৰু ভিডিঅ'সমূহত মনোহাৰী প্ৰভাৱসমূহ দিবলৈ GStreamer ব্যৱহাৰ কৰে। Cheese ব্যৱহাৰ কৰি আপোনাৰ, আপোনাৰ বন্ধুৰ, চেনেহুৱা অথবা আপুনি বিচৰা যিকোনো বস্তুৰ ফ'টো লব পাৰিব আৰু অন্যৰ সৈতে অংশীদাৰী কৰিব পাৰিব।

Get involved

Explore the interface

Get to know us

More Information

Learn more

Visit the online help page for this app.

Project homepage

Visit the dedicated homepage for this project.

Newest Release

Latest version 3.38.0 released on ১৬ ছেপ্তেম্বৰ, ২০২০.

App is translated

This app is available in your language.