GNOME Software

GNOME ৰ বাবে এপ্লিকেচন ব্যৱস্থাপক

চফ্টৱেৰে আপোনাক নতুন এপ্লিকেচনসমূহ আৰু চিস্টেম স্প্ৰসাৰনসমূহ সন্ধান কৰি ইনস্টল কৰাৰ আৰু স্থায়ী ইনস্টল্ড এপ্লিকেচনসমূহ আতৰোৱাৰ সুবিধা দিয়ে।

GNOME চফ্টৱেৰে উপযোগী বিৱৰণসমূহ আৰু প্ৰতি এপ্লিকেচন একাধিক স্ক্ৰিনশ্বটৰ সৈতে জনপ্ৰিয় এপ্লিকেচনসমূহ দেখুৱায়। এপ্লিকেচনসমূহক বিভাগসমূহৰ তালিকা ব্ৰাউছ কৰি অথবা সন্ধান কৰি বিচাৰি পোৱা যাব। ই লগতে এটা অফলাইন আপডেইট ব্যৱহাৰ কৰি আপোনাক চিস্টেম আপডেইট কৰাৰ সুবিধা দিয়ে।

Get involved

Explore the interface

Overview panel
Details panel
Details panel
Installed panel
Updates panel
Updates panel
The update details

Get to know us

More Information

Project homepage

Visit the dedicated homepage for this project.

Newest Release

Latest version 41.0 released on ১৭ ছেপ্তেম্বৰ, ২০২১.

Sparsely translated

Only a small part of this app is available in your language.