Eye of GNOME

ছবি ব্ৰাউছ কৰক আৰু ঘুৰাওক

Eye of GNOME হল GNOME ডেস্কটপৰ অফিচিয়েল ছবি প্ৰদৰ্শক। ই GNOME ৰ GTK+ ৰূপ আৰু অনুভুতিৰ সৈতে অনুকূলিত, আৰু এটা ছবি অথবা সংগ্ৰহত ছবিবোৰ দৰ্শন কৰাৰ বাবে কেইবাটাও ছবি বিন্যাস সমৰ্থন কৰে।

Eye of GNOME এ লগতে ছবিবোৰ এটা পূৰ্ণপৰ্দা স্লাইউশ্ব অৱস্থাত দৰ্শন কৰাৰ অথবা এটা ছবিক ডেস্কটপ ৱালপেপাৰ ৰূপে সংহতি কৰাৰ অনুমতি দিয়ে। ই আপোনাৰ ছবিবোৰক সঠিক পটট্ৰেইট অথবা লেণ্ডস্কেইপ দিশত স্বচালিতভাৱে ঘুৰাবলে কেমেৰা টেগ পঢ়ে।

Get involved

Explore the interface

Get to know us

More Information

Learn more

Visit the online help page for this app.

Project homepage

Visit the dedicated homepage for this project.

Newest Release

Latest version 41.0 released on ১৮ ছেপ্তেম্বৰ, ২০২১.

App is translated

This app is available in your language.